education
Nagaon District library
মোবাইল-ইণ্টাৰনেটৰ যুগতো পাঠকৰ সংখ্যা বৃদ্ধি এটা ঐতিহ্যমণ্ডিত পুথিভঁৰালৰ । য'ত আছে লক্ষাধিক গ্ৰন্থ, ১৭ হাজাৰোধিক সদস্য । প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবেও প্ৰস্তুতি চলে এই পুথিভঁৰালটোত ।
Read full article on Etv Bharat